/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
- মহানগৰীত পুনৰ ক্রাইম ব্রাঞ্চৰ অভিযান। 
- শুকুৰবাৰে দিনৰ ভাগত চলে এই অভিযান। 
- দিছপুৰ ৰাজহ চক্রৰ কাৰ্যালয়ত এই অভিযান। 
- কাৰ্যালয়টোত কৰ্মৰত এজন DTP অপাৰেটৰক গ্রেপ্তাৰ। 
- ধৃত DTP অপাৰেটৰজনৰ নাম ধ্রুৱজ্যোতি বৰ্মন। 
- ক্রাইম ব্রাঞ্চৰ চাইবাৰ চেলত ৰুজু হৈছিল গোচৰ।। 
- ১২/২৩ গোচৰৰ ভিত্তিত ক্রাইম ব্রাঞ্চে চলাইছিল অভিযান। 
- ভূমিৰ অনলাইন নামজাৰিৰ নামত সংঘটিত হৈছিল জালিয়াতি। 
- এই জালিয়াতিৰে বৃহৎ চক্র জড়িত থকাৰ সন্দেহ ক্রাইম ব্রাঞ্চৰ। 
Also Read: ১৩৩ তম কঠীয়াতলী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বামুনি গোঁসাই থানত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us