New Update
/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-13-17-17.jpg)
- পৰ্বতঝোৰাৰ টিপকাই আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ।
- গৰু চোৰজন গৌৰীপুৰৰ বগুলামাৰী গাঁৱৰ তালেপ আলী।
- আৰক্ষীয়ে বগুলা মাৰীত অভিযান চলাই আটক কৰে গৰু চোৰটোক।
- বগৰিবাৰী থানাত ৩০৫/৩৩১(৩)BNS ধাৰাত ৭০/২০২৫ নম্বৰত ৰুজু গোচৰত গ্ৰেপ্তাৰ চোৰটোক।
- আৰক্ষীৰ তদন্ত অব্যাহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us