New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- সোণাৰিৰ কানুবাৰিত ৯টা গৰুসহ তিনি চোৰক আটক।
- গাঁওৰক্ষী বাহিনী আৰু সাপেখাতী আৰক্ষীৰ অভিযানত আটক।
- অৰুণাচলৈ কঢ়িয়াই নিয়াৰ পথত আটক চোৰকেইটাক
- আটক মনোজ কোচ, ৰাহুল কোচ, ৰবীন ৰাভা।
- আৰক্ষীয়ে জব্দ কৰে AS 04 BC 4087 নম্বৰৰ এখন বাহন
- লগতে জব্দ কৰে এখন মটৰ চাইকেলো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us