New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/pic-eimuhurtor-khobor-copy-1.jpg)
- ৰাজ্যত ১৫ জানুৱাৰী ২০২৩ ৰ ভিতৰত সম্পূৰ্ণ হ'ব কোভিড ভেকচিন প্ৰদানৰ কাম।
- ইতিমধ্যে ২ কোটি ৭৬ লাখ লোকক প্ৰথম ড'জ ভেকচিন প্ৰদান কৰা হৈছে।
- ১৫ নৱেম্বৰৰ পৰা আৰু তীব্ৰতৰ হ'ব ভেকচিন প্ৰদানৰ কাম।
- ১০ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব চিকিৎসা কৰ্মী।
- ৭ দিন ধৰি চলাব বিশেষ অভিযান।
- ৰাজ্যত ৯৫ শতাংশ লোকক কোভিড ভেকচিন দিয়া হৈছে।
- সকলোকে কোভিড ভেকচিন লবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
- ৭৭ লোকে ইতিমধ্যে লৈছে কোভিডৰ দ্বিতীয় ড'জৰ ভেকচিন।
- খানাপাৰা ষ্টাফ কলেজত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।