অসম মুখ্য-পৃষ্ঠা কোভিড শূন্যৰ দিশে ৰাজ্য.. কোভিড শূন্যৰ দিশে ৰাজ্য.. asomiyapratidin 05 Mar 2022 23:35 IST Follow UsNew Updateৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২ জন ব্যক্তি।এই সময়ছোৱাত মুঠ ২,৩৫০ গৰাকী লোকৰ দেহত কোভিড পৰীক্ষা কৰা হৈছিল। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.০৯ শতাংশ। গোলাঘাট আৰু কাৰ্বি আংলং জিলাত চিনাক্ত হৈছে কোভিড আক্ৰান্ত লোক ২ জন। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক