অসম মুখ্য-পৃষ্ঠা কভিডত আক্ৰান্ত হৈ আৰক্ষী বিষয়াৰ মৃত্যু… কভিডত আক্ৰান্ত হৈ আৰক্ষী বিষয়াৰ মৃত্যু… asomiyapratidin 16 Jul 2022 11:38 IST Follow UsNew Updateৰাজ্যত পুনৰ কভিড সংক্ৰমণৰ ঘটনা।কভিডত আক্ৰান্ত হৈ এজন আৰক্ষী বিষয়াৰ মৃত্যু। মৃত্যু হোৱা আৰক্ষী বিষয়াজনৰ নাম মনোৰঞ্জন ফুকন।ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছিল আৰক্ষী বিষয়াজন।সোণাৰিত কৰ্মৰত হৈ আছিল আৰক্ষী বিষয়াজন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক