New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory-2.jpg)
- বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কোভিড পৰিস্থিতি পূৰ্বৰ তুলনাত একেই আছে।
- কোভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰো অধিক।
- অসমত পুনৰ ১২১৩জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
- ইয়াৰে ১৪০জন কামৰূপ মেট্ৰ'ৰ, ১১৪জন গোলাঘাটৰ, ৯৬জন শোণিতপুৰৰ আৰু ৮৩জন ডিব্ৰুগড়ৰ।
- এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫১৭১৯৪জনলৈ পাইছে বৃদ্ধি।
- অসমত দেওবাৰৰ দিনটোত সুস্থ হৈছে ২৭৭৫জন লোক।
- ইফালে, কোৰোনাত আক্ৰান্ত ২০জনৰ মৃত্যু হৈছে।
- ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২২১৫৫জন ৰোগী।
- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ২.২৫ শতাংশ।
- এই সময়চোৱাত সুস্থতাৰ হাৰ ৯৪.৫৬ শতাংশ।