New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/agrani-batory.jpg)
- ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি উন্নত হোৱা নাই, বিগত দিন কেইটাৰ দৰে একেই আছে।
- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিড পিজিটিভিটিৰ হাৰ ২ শতাংশতকৈ অধিক।
- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ ৩০ গৰাকী লোক।
- আনহাতে এই সময়চোৱাত কোৰোনাত আক্ৰান্ত হৈছে২৪৭৯ গৰাকী ব্যক্তি।
- যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৯১,৪৫২ গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হৈছিল।
- ইফালে কামৰূপ মেট্ৰ' জিলাত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩৭ গৰাকী ব্যক্তি।
- ৰাজ্যৰ শেহতীয়া কোভিড পজিটিভিটিৰ হাৰ ২.৭১ শতাংশ আৰু সুস্থতাৰ হাৰ ৯৩.৯১ শতাংশ।