ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি

ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি

author-image
asomiyapratidin
New Update
ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতি

  • বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হৈছে।
  • কোভিড পজিটিভিটিৰ হাৰ ২ শতাংশতকৈ কিছু হ্ৰাস পাইছে।
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হোৱা ৩৮ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।
  • আনহাতে এই সময়চোৱাত কোভিডত আক্ৰান্ত হৈছে ২৬৬৯ গৰাকী ব্যক্তি।
  • বিগত ২৪ ঘণ্টাত কোভিড পৰীক্ষা কৰোৱা হৈছিল ১,৩৭,৬৬৫ গৰাকী ব্যক্তিৰ।
  • সেই অনুসৰি কোভিড পজিটিভিটৰ হাৰ ১.৯৪ শতাং।
  • সুস্থতাৰ হাৰ ৯৪.০৭ শতাংশ।