New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/05/covid.jpg)
- ৰাজ্যত সোমবাৰে দিনটোত নতুনকৈ ১০৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।
- দিনটোত মুঠ ৩৩,১২৯ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছিল।
- ৰাজ্যত সোমবাৰে কোভিড আক্ৰান্তৰ হাৰ ০.৩১ শতাংশ।
- দিনটোত ২ জন লোকৰ কোভিড মৃত্যু হৈছে।
- ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাত ১ জনকৈ লোক সোমবাৰে কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।
- কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।
- আনহাতে যোৰহাটত ১০ জন, ডিব্ৰুগড়ত ৮ জন আৰু শোণিতপুৰত ৬ জনকৈ লোক কোভিডত আক্ৰান্ত হৈছে।
- সোমবাৰৰ দিনটোলৈকে ৰাজ্যত ৭৪১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈ আছে।
- আনহাতে বৰ্তমানলৈকে অসমত নাই এজনো অমিক্ৰন প্ৰকাৰত আক্ৰান্ত ৰোগী।