New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/capture-1613967015.jpg)
কোভিড পৰিস্থিতি জটিল হোৱা ৰাজ্যৰ ১৫ খন জিলা…
- ৰাজ্যৰ ১৫ খন জিলাৰ কোভিড পৰিস্থিতি উদ্বেগজনক।
- এই জিলা কেইখনত কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে।
- গোলাঘাট, শোণিতপুৰ, মৰিগাওঁ, বিশ্বনাথ, যোৰহাটকে ধৰি ১৫ খন জিলাত কোভিড পজিটিভিটিৰ হাৰ হ্ৰাস হোৱা নাই।
- বৰ্তমান সৰ্বাধিক পজিটিভিটিৰ হাৰ শোণিতপুৰত। জিলাখনত কোভিড পজিটিভিটিৰ হাৰ ৪.৩০ শতাংশ।
ক্লিক কৰি পঢ়কঃ ২২০ টা হটস্পটঃ জিলা উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ হ'ব বৈঠক..
- দ্বিতীয় সৰ্বাধিক কোভিড পজিটিভিটিৰ হাৰ গোলাঘাট।
- জিলাখনত কোভিড পজিটিভিটিৰ হাৰ ৪.২২ শতাংশ।
- তৃতীয় স্থানত আছে মৰিগাওঁ।
- মৰিগাঁৱত কোভিড পজিটিভিটিৰ হাৰ ৪.৭ শতাংশ।
- কোভিড পজিটিভিটিৰ হাৰ বৃদ্ধি পোৱা আন জিলা কেইখন হৈছে যোৰহাট (৩.৭৫), বিশ্বনাথ (৩.৩৫), গোৱালপাৰা (২.৮৫), ধেমাজী(২.৩২), লখিমপুৰ (২.৯২), ডিমা হাছাও (২.৭০), তিনিচুকীয়া (২.৭৯), ওদালগুৰী( ২.১৩), নগাওঁ (২.৩০), বাক্সা (২.৪৩), আৰু কামৰূপ গ্ৰাম্য(২.২০)।