New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/COVID-SPOT-GUWAHATI.jpg)
- ৰাজ্যত শুকুৰবাৰে দিনটোতে নতুনকৈ কোভিডত আক্ৰান্ত হ'ল ১৯২ জন।
- এই সময়ছোৱাত মুঠ ২৪, ৮১৭ জনৰ দেহত কৰা হৈছিল কোভিডৰ পৰীক্ষা।
- সেই অনুসৰি আক্ৰান্তৰ হাৰ ০.৭৭ শতাংশ।
- আশাৰ খবৰ এইয়াই যে দিনটোত অসমৰ এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই।
- বৰ্তমান ৰাজ্যত ৮৭১ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈ আছে।
- কামৰূপ মহানগৰত সৰ্বাধিক ১০৫ জনৰ দেহত শুকুৰবাৰে কোভিড ধৰা পৰিছে।
- আনহাতে যোৰহাত জিলাত ১৪ জন, ডিব্ৰুগড়ত ১০ আৰু কামৰূপ গ্ৰাম্য জিলাত ১০ জনৰ দেহত ধৰা পৰিছে কোভিড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us