/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/COVID-SPOT-GUWAHATI.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ৰাজ্যৰ সমান্তৰালকৈ দৰং জিলাটো আৰম্ভ হৈছে ক'ভিডৰ প্ৰাদুৰ্ভাৱ। বুধবাৰৰ দিনটোত জিলাখনত ১৫ জন লোকৰ শৰীৰত ধৰা পাৰিছে ক'ভিড ১৯ উপস্থিতি।
পহিলা জুলাইৰ পৰা আজিলৈকে জিলাখনৰ ৪৫ জন লোক আক্ৰান্ত হৈছে ক'ভিডত। আক্ৰান্ত লোকসকল নিজ ঘৰতেই আচুতীয়াকৈ আছে। দৰংবাসী ৰাইজক সকলো ক'ভিড বিধি মানি চলিবলৈ আহ্বান জনাইছে দৰং জিলা স্বাস্থ্য বিভাগে।