কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিৰুদ্দেশ, সম্ভেদ পালে খবৰ দিয়াৰ আহ্বান পৰিয়ালৰ...

কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিৰুদ্দেশ হোৱা ঘটানাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দেশ হোৱা ছাত্ৰজন উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ।

author-image
Asomiya Pratidin
New Update
কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিৰুদ্দেশ, সম্ভেদ পালে খবৰ দিয়াৰ আহ্বান পৰিয়ালৰ...

ডিজিটেল ডেস্ক: কটন বিশ্ববিদ্যালয়ৰ ছাত্র নিৰুদ্দেশ হোৱা ঘটানাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দেশ হোৱা ছাত্ৰজন উচ্চতৰ মাধ্যমিকৰ প্রথম বৰ্ষৰ।

Advertisment

শ্বহীদ মোজাম্মিল হক ছাত্রাৱাসৰ পৰা ওলাই গৈছিল ছাত্রজন। নিজৰ ৰূমলৈ যোৱাৰ পথত সন্ধানহীন হয় ছাত্রজন। ছাত্রজন ধেমাজিৰ বৰদলনিৰ সূৰ্য নাৰায়ণ দাস।

ইতিমধ্যে লতাশিল থানাত ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ। ছাত্রজনৰ সন্ধান পালে ৬০০১৩৬৮৯১৪ নম্বৰত জনোৱাৰ আহ্বান সূৰ্য নাৰায়ণ দাসৰ পৰিয়ালৰ।

Also Read: নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, অংশ নলয় গান্ধী পৰিয়ালে...

Assam police cotton university