কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা...

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ  ফলাফল ঘোষণা...

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত ব্যতিক্রমী ফলাফল। বৃহস্পতিবাৰে ঘোষণা হয় কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল।

ছাত্র একতা সভাৰ মুঠ ১৬টা পদৰ বাবে হৈছিল নিৰ্বাচন। ইয়াৰে ৭টা পদত নিৰ্দলীয় প্রাৰ্থীৰ জয়লাভ, ৫টা পদত অসম ছাত্র পৰিষদৰ প্রাৰ্থীৰ জয়লাভ আৰু আন ৪টা পদত ছাত্র মুক্তি সংগ্রাম সমিতিৰ প্রাৰ্থীৰ জয়লাভ।

  • সভাপতি পদত নিৰ্দলীয় প্রাৰ্থী হিমাংশু কুমাৰ দাসৰ জয়লাভ

  • উপ-সভাপতি পদত নিৰ্দলীয় প্রাৰ্থী অক্ষয়তা দাসৰ জয়লাভ

  • সাধাৰণ সম্পাদক পদত জয়লাভ নিৰ্দলীয় প্রাৰ্থী জাভেদ আখতাৰৰ

  • সহকাৰী সাধাৰণ সম্পাদক পদত নিৰ্দলীয় প্রাৰ্থী গাৰ্গী শৰ্মাৰ জয়

  • লঘু ক্রীড়া সম্পাদক পদত মাপানি লামগুৰ জয়

  • কটনিয়ান সম্পাদক পদত শৃঞ্জনা শৰ্মাৰ জয়

  • তৰ্ক সম্পাদক পদত অংকিতা শৰ্মা বৰদলৈৰ জয়

  • ছাত্রী জিৰণি কোঠাৰ সম্পাদক মমৰেজ আলীৰ জয়।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ  ফলাফল ঘোষণা...
শাহুয়েকক হত্যা কৰি জোৱায়েকে ঘৰৰ ভিতৰত পুতি থ'লে মৃতদেহ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in