উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ…

উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ…

author-image
asomiyapratidin
New Update
উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ…

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ। বিজ্ঞান আৰু কলা শাখাৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে। SEBAৰ অধীনত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে aaneswan.sebaonline.orgত কৰিব লাগিব আবেদন। আবেদন দাখিলৰ অন্তিম দিন ১৫ জুলাই নিৰ্ধাৰণ কৰা হৈছে। CBSE, আন বৰ্ডৰ অধীনত উত্তীৰ্ণ সকলৰ বাবেও অচিৰেই ৱেবছাইট মুকলি কৰিব কটন বিশ্ববিদ্যালয়ে।