অসমত আকৌ ৫৬৯৯জন কোৰোনাত আক্ৰান্ত।অসমত কোৰোনাত আক্ৰান্তৰ ভিতৰত ৫৭০জন কামৰূপ মেট্ৰ'ৰ, ৪৮৪জন ডিব্ৰুগড়ৰ, ৪৭৩জন কাচাৰৰ আৰু ৪১৭জন নগাঁৱৰ।ৰাজ্যত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত সংখ্যা ৩৮৬৮৭০জনলৈ পাইছে বৃদ্ধি।.পঢ়িবলৈ ক্লিক কৰকঃ মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক….ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৬২৬৬জন লোক।আনহাতে, দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৯০জন লোকে হেৰুৱাই প্ৰাণ।ৰাজ্যখনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫২৮৮৪জন ৰোগী।