মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক…

মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ ব্ৰহ্মপুত্ৰত পেলাবলৈ ট্ৰাংকত ভৰাই অনা মৃতদেহ উদ্ধাৰ, আটক এজনক…
  • মহানগৰীত সংঘটিত চাঞ্চল্যকৰ ঘটনা।
  • নতুন শৰাইঘাট দলঙত উদ্ধাৰ মৃতদেহ।
  • ট্ৰাংকত অনা হৈছিল এই মৃতদেহটো।
  • এখন চাৰিচকীয়া বাহনত অনা হৈছিল এই মৃতদেহটো।
  • দলঙৰ পৰা নদীত পেলাই দিবলৈ লোৱা সময়তে উপস্থিত হয় আৰক্ষী।
  • ইতিমধ্যে আটক কৰা হৈছে এজন যুৱকক।
  • আটক কৰা যুৱকজনৰ সৈতে অহা আন লোক কেইজনৰ পলায়ন।
  • এএছ০১ ডিএক্স ৫৮২২ নম্বৰৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে।
  • পাণ্ডুৰ পৰা মৃতদেহটো অনা বুলি জানিব পৰা গৈছে।
  • কিন্তু মৃতদেটো কাৰ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
  • আটক কৰা যুৱকজনে আৰক্ষীক জনোৱা মতে, টকাৰ বিনিময়ত মৃতদেহটো পেলাবলৈ আহিছিল যুৱকজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in