/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/coronavirus-cases-in-india-1587353104.jpg)
ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত ক'ভিডৰ সংক্রমণ। দেওবাৰে ৰাজ্যত কোৰোনাত আক্রান্ত হৈ এগৰাকীৰ মৃত্যু। দেওবাৰৰ দিনটোত ক'ৰোনাত আক্রান্ত মুঠ ৬০ গৰাকী।
আক্ৰান্ত লোক সকলৰ ভিতৰত কামৰূপ (ম) জিলাত দেওবাৰে আক্রান্ত ১৬ গৰাকী লোক। দেওবাৰে ক'ভিড পজিটিভিটী ৰেট ৬.৩২ শতাংশ । অন্যহাতে দেওবাৰৰ দিনটোত আৰোগ্যৰ হাৰ ৯৮.১৮ শতাংশ। লগতে উক্ত দিনটোত ৯৫০ গৰাকীৰ ক'ভিড পৰীক্ষা সম্পন্ন হৈছিল।
আৰু পঢ়ক: ৰে'ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…