ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ পুনৰ প্ৰাণ হেৰুৱালে…

ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ পুনৰ প্ৰাণ হেৰুৱালে…

ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত ক'ভিডৰ সংক্রমণ। দেওবাৰে ৰাজ্যত কোৰোনাত আক্রান্ত হৈ এগৰাকীৰ মৃত্যু। দেওবাৰৰ দিনটোত ক'ৰোনাত আক্রান্ত মুঠ ৬০ গৰাকী।

আক্ৰান্ত লোক সকলৰ ভিতৰত কামৰূপ (ম) জিলাত দেওবাৰে আক্রান্ত ১৬ গৰাকী লোক। দেওবাৰে ক'ভিড পজিটিভিটী ৰেট ৬.৩২ শতাংশ । অন্যহাতে দেওবাৰৰ দিনটোত আৰোগ্যৰ হাৰ ৯৮.১৮ শতাংশ। লগতে উক্ত দিনটোত ৯৫০ গৰাকীৰ ক'ভিড পৰীক্ষা সম্পন্ন হৈছিল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in