ৰাজ্যত নতুনকৈ ৩ জনৰ দেহত ধৰা পৰিছে কোভিড…

ৰাজ্যত নতুনকৈ ৩ জনৰ দেহত ধৰা পৰিছে কোভিড…

author-image
asomiyapratidin
New Update
বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাই প্ৰাণ ল’লে ৪২গৰাকীৰ…

  • বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩ জন লোক কোভিডত আক্ৰান্ত হৈছে।
  • এই সময়ছোৱাত ২,০৬০ গৰাকী লোকৰ দেহত কোভিডৰ পৰীক্ষা কৰা হৈছিল।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.১৫ শতাংশ।
  • বৰ্তমান ৰাজ্যত সক্ৰিয় হৈ থকা কোভিড আক্ৰান্তৰ সংখ্যা ৪১ গৰাকী।
  • বাক্সা, বৰপেটা আৰু কামৰূপ মহানগৰ জিলাত ১ জনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।