অসম কোৰোনা লখিমপুৰত কোৰোনাৰ আতংক লখিমপুৰত কোৰোনাৰ আতংক asomiyapratidin 06 Apr 2021 10:34 IST Follow UsNew Updateলখিমপুৰত কোৰোনা সংক্ৰমণৰ আতংক।লখিমপুৰত হোটেল নেপল'লীফত কোৰোনাৰ সংক্ৰমণ।হোটেলখনত থকা ৯ জন লোকৰ দেহত কোৰোনাৰ সংক্ৰমণৰ ঘটনা।বৰঝাৰ বিমান বন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ কামত জড়িত আছিল লোক কেইজন।প্ৰশাসনে তৎকালীন ভাৱে বন্ধ কৰে হটেল নেপল'লীফ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক