অসম কোৰোনা ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত… ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত… asomiyapratidin 08 Aug 2020 21:16 IST Follow UsNew Updateৰাজ্যৰ আৰু এগৰাকী জনপ্ৰতিনিধি আক্ৰান্ত হৈছে কোৰোনাত।বিধায়ক নিজামুদ্দিন চৌধুৰী আক্ৰান্ত কোৰোনাত।তেওঁৰ লগতে পত্নী-পুত্ৰও আক্ৰান্ত হৈছে কোৰোনাত।আলগাপুৰৰ AIUDF দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক