/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
ওদালগুৰি এনকাউন্টাৰ প্ৰসংগৰ নতুন মোৰ
ৰহস্যজনকভাৱে সংবাদ মেল সম্বোধন নকৰিলে এছ পিয়ে
কেৱল সংবাদ বিজ্ঞপ্তি দিয়েই দায়িত্ব সামৰিলে আৰক্ষীয়ে
আনহাতে আৰক্ষীয়ে উদ্ধাৰ কৰে নম্বৰ প্লেটবিহীন মটৰ চাইকেল
মৃতদেহ লৈ দাবী দুয়োটা পৰিয়ালৰে
মৃতদেহ খান্দি উলিয়াই অনাৰ বাবে অবেদন কৰিব ডিম্বেশ্বৰৰ পৰিয়ালে
আবেদন মঞ্জুৰ হ'লেহে চিনাক্ত কৰিব পৰা যাব মৃতদেহটো
Also Read: শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনাৰ ৰূপালী জয়ন্তীৰ উদযাপন সমিতি গঠন