প্ৰসংগ- সাংসদ পুঁজিৰ কেলেংকাৰীঃ দুই অভিযুক্তৰ জামিন নাকচ

সাংসদ পুঁজিৰ কেলেংকাৰীত জড়িত দুই অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতে।

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্কঃ সাংসদ পুঁজিৰ কেলেংকাৰীত জড়িত দুই অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতে। এ ডি ছি অঞ্জনাভ চলিহা, পৰিকল্পনা বিষয়া জিতুমণি দত্তৰ জামিন নাকচ আদালতৰ। বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে দুয়োৰে জামিন।

উল্লেক্য যে, ৰাণী নৰহৰ সাংসদ পুঁজিৰ অপব্যৱহাৰ কৰি গ্রেপ্তাৰ হৈছিল দুয়োজন বিষয়া। এই সন্দৰ্ভত দুয়োৰে ওপৰত তদন্ত অব্যাহত থকাৰ মাজতে বিষয়াদ্বয়ে জামিন আবেদন কৰিছিল আদালতত। শুকুৰবাৰে আদালতে সেই আবেদনৰ প্ৰত্যুত্তৰত দুয়োৰে জামিন আবেদন নাকচ কৰে।

Also Read: ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত অমৃত মহোৎসৱৰ কাৰ্যসূচী

Assam police