/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2e3b58fd-ac12-4aef-8871-d5748c8dcd83/gourav_13.jpg)
গৌৰৱ গগৈক ধন দিবলৈ যোৱা কংগ্ৰেছ কৰ্মী আটকঃ ১ লাখ টকা জব্দ...
-
গৌৰৱ গগৈক ধন দিবলৈ গৈ আটক কংগ্রেছ কর্মী।
-
ফ্লায়িং স্কোৱাডৰ অভিযানত ১ লাখ টকাসহ ধৰা পৰিল ছাহাবুদ্দিন মজুমদাৰ।
-
ছাহাবুদ্দিনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে।
-
আটক হোৱা ছাহাবুদ্দিনৰ ঘৰ হোজাইত।
-
ছাহাবুদ্দিন কংগ্ৰেছ দলৰ হোজাইৰ সংখ্যালঘু কোষৰ সভাপতি।
-
ছাহাবুদ্দিনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ গোচৰ ৰুজু।
-
IPC ১৭১E,১৭১F,R/W123(2) of reprentation of peoples actৰ অধীনত গোচৰ ৰুজু।
-
ছাহাবুদ্দিননে ধন লৈ অহা ইনোভা গাড়ী খনৰ নাম্বাৰ AS-01-FP-8122।
Also Read: পৰম্পৰা, ঐতিহ্য ৰক্ষাৰে ৰাজ্যজুৰি পালন গৰু বিহু...