কংগ্ৰেছ ত্যাগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ, বিজেপিত যোগদানৰ সম্ভাৱণা

কংগ্ৰেছ ত্যাগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ, বিজেপিত যোগদানৰ সম্ভাৱণা
  • প্রাক্তন সাংসদ দ্বিজেন শৰ্মাৰ কংগ্রেছ ত্যাগ।

  • প্রাথমিক সদস্য পদো ত্যাগ কৰিলে কংগ্রেছৰ নেতাগৰাকীয়ে।

  • গুৱাহাটী সমষ্টিৰ পৰা টিকটৰ দাবীদাৰ আছিল দ্বিজেন শৰ্মা

  • APCCৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ প্রকাশ দ্বিজেন শৰ্মাৰ।

  • কেইদিনমান পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল তেওঁ।

  • বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা দ্বিজেন শৰ্মাৰ।

কংগ্ৰেছ ত্যাগ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাৰ, বিজেপিত যোগদানৰ সম্ভাৱণা
টিকট নিদিলে NDA: কেন্দ্ৰীয় মন্ত্ৰী পশুপতি পৰাছৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in