New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/congre.jpg)
- ৰাজীৱ ভৱনত কংগ্রেছৰ প্রতিবাদী কার্যসূচী।
- PPE কিট প্রসংগক লৈ উত্তাল প্রতিবাদ।
- ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী প্রতিবাদকাৰীৰ।
- PPE কিট পৰিধান কৰি প্রতিবাদ কংগ্রেছৰ নেতা-কর্মীৰ।
- উল্লেখ্য যে, চৰকাৰে চীনৰ পৰা পিপিই কিট ক্ৰয় কৰা সন্দৰ্ভত বহু অভিযোগ উত্থাপন হৈছিল।
- তাৰপাছতেই ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us