চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
চিলিণ্ডাৰ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,মঙলদৈ: সমগ্ৰ দেশজুৰি মূল্যবৃদ্ধিয়ে যি ভয়ানক ৰূপ ধাৰণ কৰিছে তাক লৈ দৰং জিলা কংগ্ৰেছ কমিটিয়ে সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আমিনুৰ ৰচিত চৌধুৰী ,খলিলুৰ ৰহমান, ৰাজ্যিক সম্পাদক কন্দৰ্প কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশীৰ লগতে দলীয় কৰ্মী সকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

assam congress