পদত্যাগ যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ৰ, আজি যোগদান কৰিব বিজেপিত

পদত্যাগ কৰিলে যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে, যোগদান কৰিব বিজেপিত

author-image
Asomiya Pratidin
New Update
৩ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা...

পদত্যাগ কৰিলে যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে, যোগদান কৰিব বিজেপিত

ডিজিটেল ডেস্কঃ পুনৰ সংকটত কংগ্ৰেছ। এজনৰ পাছত আনজন নেতাই কৰিছে পদত্যাগ। এইবাৰ পদত্যাগ কৰিলে অসম প্রদেশ যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতিয়ে।পদত্যাগ কৰিলে যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে। অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিব পৰিতোষ ৰয়ে।

Advertisment

১৬ জুন,২০২৩ ত এই পদত অধিষ্ঠিত হৈছিল ৰয়। অৱশ্যে পদত্যাগৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

ইয়াৰোপৰি শুকুৰবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে  নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলটো ত্যাগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

এই দুয়োগৰাকী নেতাই আজি বিজেপিত যোগদান কৰিব। দুয়োগৰাকী নেতাই বৃহৎ পৰিমাণৰ সমৰ্থক লৈ পদত্যাগ কৰে।

Also Read: নগাঁও কংগ্ৰেছত ধুমুহা! সভাপতি সুৰেশ বৰাৰ পদত্যাগ

congress