কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে নিজ দলৰ কৰ্মীৰে প্ৰতিবাদ…

কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে নিজ দলৰ কৰ্মীৰে প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে নিজ দলৰ কৰ্মীৰে প্ৰতিবাদ…

ডিজিটেল ডেস্ক: কৰিমগঞ্জত কংগ্রেছী বিধায়কৰ বিৰুদ্ধে কংগ্রেছ কৰ্মীৰ প্রতিবাদ। ইন্দিৰা ভৱনৰ সন্মুখত ছিদ্দিক আহমেদৰ প্রতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্রেছ কৰ্মী সকলে।

Advertisment

ছিদ্দিক আহমেদক গাড্ডাৰ বুলি অভিহিত একাংশ কংগ্ৰেছ কৰ্মীৰ। তেওঁলোকে কয় যে সংখ্যালঘু সম্প্রদায়ৰ অনুভূতিক আঘাত কৰিছে ছিদ্দিক আহমেদে।

ছিদ্দিক আহমেদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিমগঞ্জৰ ইন্দিৰা ভৱন চৌহদ। নিজৰ ভোট নষ্ট কৰি বিজেপিক সহায় কৰাৰ অভিযোগ আহমেদৰ বিৰুদ্ধে।

উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচন। এই নিৰ্বাচনত বিজেপিৰ হৈ ভোট দিয়াৰ অভিযোগত কংগ্রেছৰ প্রাথমিক সদস্য পদৰ পৰা নিলম্বিত ছিদ্দিক আহমেদক।

assam karimganj protest