New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ৰূপহীহাটৰ ১০৮নং ফুটাজাৰ হাই মাদ্ৰাছা ভোট কেন্দ্ৰত অঘটন।
- কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা।
- ৩জন বিজেপি সমৰ্থক আহত।
- বিজেপি সমৰ্থকক ভোট দিয়াত বাধাৰ অভিযোগ।
- আহত জহিৰুল ইছলাম, খাইৰুল ইছলাম আৰু মইনুল হক।
- ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু ভুক্তভোগীৰ পৰিয়ালৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us