মহানগৰীৰ ৰাজপথত বালি কঢ়িয়াই নিয়া গাড়ীৰ দৌৰাত্ম্য...

মহানগৰীৰ ৰাজপথত বালি কঢ়িয়াই নিয়া গাড়ীৰ দৌৰাত্ম্য...
  • মহানগৰীৰ ৰাজপথত বালি কঢ়িয়াই নিয়া গাড়ীৰ দৌৰাত্ম্য ।

  • কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী মূল গেটৰ সন্মুখত দুৰ্ঘটনা ।

  • বালি কঢ়িয়াই নিয়া গাড়ীয়ে মহটিয়াই নিয়ে ৰখাই থোৱা দুখনকৈ বাহন ।

  • দুৰ্ঘটনা সংঘটিত কৰা বালি গাড়ীখনৰ নম্বৰ AS-23-AC-9011 ।

  • চালানবিহীনভাৱে বালি সৰবৰাহ কৰিছিল বাহনখনে ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in