/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কৰিমগঞ্জৰ বিধায়কৰ কাৰ্যালয়ত চি এম ভিজিলেন্সৰ অভিযান
বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ কাৰ্যালয়ত অভিযান
বিধায়কজনৰ চাহ বাগিচাৰ কাৰ্যালয়ত ১০জনীয়া দলৰ অভিযান
বিধায়কজনৰ দুই সহযোগীক তলব চি এম ভিজিলেন্সৰ
নীতি বৰ্হিভূতভাৱে বাগিচা ক্রয় কৰাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে
অভিযোগৰ ভিত্তিতে অভিযান চলাই চি এম ভিজিলেন্সে।
Also Read: তামুলপুৰত বিশ্ব পৰ্যটন দিৱস উদযাপন