বিদ্যুতৰ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব : হিমন্ত বিশ্ব শৰ্মা...

‘বিদ্যুৎ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব'

author-image
Asomiya Pratidin
New Update
বিদ্যুতৰ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব : হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্ক : বিদ্যুৎ বিলৰ বিসংগতিক লৈ মুখ্যমন্ত্রীৰ মন্তব্য। ‘APDCL-এ আজি বিজ্ঞাপন প্রকাশ কৰিব’। ‘বিদ্যুৎ বিলক লৈ সমস্যা থকা পৰিয়ালে আবেদন কৰিব লাগিব’।

Advertisment

ইয়াৰ উপৰিও প্ৰত্যেকে নিজৰ এলেকাৰ APDCLৰ কাৰ্যালয়ত আবেদন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে, বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ঘৰলৈ গৈ মিটাৰসমূহ পৰীক্ষা কৰিব আৰু যদি কোনো বিসংগতি ধৰা পৰে তেন্তে পৰৱৰ্তী বিলৰ সৈতে মূল্য মিলাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

assam cm himanta biswa sarma