মুখ্যমন্ত্ৰীৰ ঘোষণা : ১৪ এপ্ৰিলত নহয় ৱৰ্ল্ড ৰেকৰ্ড...

ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ঘোষণা : ১৪ এপ্ৰিলত নহয় ৱৰ্ল্ড ৰেকৰ্ড...

ডিজিটেল ডেস্ক: ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীৰ সংবাদমেল

Advertisment

•‘গীনিজ বকু অব ৰেকৰ্ডৰ অনুষ্ঠান ১৪ এপ্রিলত নহয়’

•১৩ এপ্রিলত হ’ব এই অনুষ্ঠান

•১৪ এপ্রিলতো অনুষ্ঠিত হ’ব এই অনুষ্ঠান, পিছে ৰেৰ্কডৰ বাবে নহয়

•সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত বিহু নাচৰ অনুষ্ঠান

•১৩ এপ্রিলত সকলো ৰাইজক সৰুসজাইলৈ নিমন্ত্রণ ৰাজ্য চৰকাৰৰ

•পৰহিলৈ প্রধানমন্ত্রীৰ উপস্থিতিত প্রমাণ পত্র লাভ কৰিব

•বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰকৈ টকা দিব চৰকাৰে

Also Read: ২ হাজাৰো অধিক বিহু সমিতিলৈ চৰকাৰ ডেৰ লাখ টকাৰ সাহায্য...

ASSAM GOVERNMENT cm himanta biswa sarma