/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/51fd4407-87af-406c-88be-c8bb8101f81b/WEB_THUM_new_dimpul_copy.jpg)
লোকসভা নিৰ্বাচনক লৈ তিনিচুকীয়াত বিজেপি মিত্রজোঁটৰ বৈঠক।
মুখ্যমন্ত্রীৰ উপস্থিতিত এন ডি এৰ অংশীদাৰী দলৰ বৈঠক।
বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্রতিক্রিয়া প্ৰকাশ।
ৰাজ্যত শীঘ্রে প্রৱৰ্তন হ’ব পঞ্চায়তীৰাজ আইন।
ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্রদান কৰাৰ সন্দৰ্ভতো হ'ব আলোচনা।
মহিলা আত্মসহায়ক গোটসমূহক অধিক উৎসাহিত কৰাৰ লক্ষ্য চৰকাৰৰ বুলি মত প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
ৰাজ্যৰ ২ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ লক্ষ্য বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।