তিনিচুকীয়াত নিৰ্বাচনী ৰণডংকাঃ এইবাৰ ২ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্য

তিনিচুকীয়াত নিৰ্বাচনী ৰণডংকাঃ এইবাৰ ২ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্য
  • লোকসভা নিৰ্বাচনক লৈ তিনিচুকীয়াত বিজেপি মিত্রজোঁটৰ বৈঠক।

  • মুখ্যমন্ত্রীৰ উপস্থিতিত এন ডি এৰ অংশীদাৰী দলৰ বৈঠক।

  • বৈঠকৰ অন্তত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্রতিক্রিয়া প্ৰকাশ।

  • ৰাজ্যত শীঘ্রে প্রৱৰ্তন হ’ব পঞ্চায়তীৰাজ আইন।

  • ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্রদান কৰাৰ সন্দৰ্ভতো হ'ব আলোচনা।

  • মহিলা আত্মসহায়ক গোটসমূহক অধিক উৎ‍সাহিত কৰাৰ লক্ষ্য চৰকাৰৰ বুলি মত প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

  • ৰাজ্যৰ ২ লাখ নিবনুৱাক সংস্থাপিত কৰাৰ লক্ষ্য বুলি সদৰী কৰে মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in