গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত বন্ধ ফেৰী চলাচলঃ যাত্ৰীৰ মাজত হাহাকাৰ...

সাময়িক ভাৱে বাতিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত বন্ধ ফেৰী চলাচলঃ যাত্ৰীৰ মাজত হাহাকাৰ...

  • সাময়িক ভাৱে বাতিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।

  • গুৱাহাটীৰ তিনিওটা ফেৰীঘাট বুৰ গৈছে লুইতৰ পানীত।

  • পুৱাৰে পৰা দুয়োপাৰে যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

  • ঘট মেৰামতি হোৱাৰ পিছত হে আৰম্ভ হ'ব পুনৰ ফেৰী সেৱা।

  • এই সময়ছোৱাত যাত্ৰী সকলে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পেক্স সেৱা গ্ৰহণ কৰিব পাৰিব।

assam north guwahati brahmaputra guwahati