দুলীয়াজানৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ...
অসম
দুলীয়াজানৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ...
দুলীয়াজানৰ গজলবস্তিৰ OILৰ তেলখাদ NHK-67ৰ নিৰ্গমণৰ ঘটনাক লৈ স্পষ্টীকৰণ।
২০১৬ৰ পৰা নিষ্ক্রিয় হৈ আছিল বৰডুবি তৈলক্ষেত্রৰ খাদটো।
দুষ্কৃতিকাৰীয়ে চুৰি কৰিছিল উক্ত খাদটোত সংস্থাপন কৰা X-Mass tree।
ফলত খাদটোৰ পৰা অনিয়ন্ত্রিতভাৱে পানী, আন তৰল পদাৰ্থ নিৰ্গমণ হৈছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে জিলা প্রশাসনক অৱগত কৰিছে অইল কৰ্তৃপক্ষই।
স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।
‘ঘটনাস্থলীত উপস্থিত আছে আনছাইট টাস্ক ফ’ৰ্চ।
প্রৱাহ নিয়ন্ত্রণ তথা খাদৰ মুখ বন্ধ কৰাৰ চেষ্টা অব্যাহত।