New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9b31d801-256f-4adf-85cc-a751abcffc00/111.jpg)
নিশা ভৰলু আৰক্ষী থানাৰ পৰা হেণ্ডকাফসহ পলায়ন চোৰৰ
আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈছিল ভৰলু আৰক্ষীয়ে
পলায়ন কৰা চোৰটোৰ নাম শিবু কুমাৰ
পলাতক শিবু এটা দুৰ্ধৰ্ষ দুচকীয়া বাহন চোৰ
গুৱাহাটীৰ বিভিন্ন প্রান্তত দুচকীয়া বাহন চুৰি কাৰ্যত জড়িত শিবু
শিবু কুমাৰক বিচাৰি ভৰলু আৰক্ষীৰ অভিযান অব্যাহত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us