/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/fd94cc87-2b14-44bd-a332-b3533545e3f7/CCCC.jpg)
CITY THIEF
ডিজিটেল ডেস্ক : মহানগৰীত দিন-দুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কোনো দুৰ্বৃত্তই পিষ্টল দেখুৱাই শিক্ষয়িত্রীৰ পৰা লুটি নিলে সোণৰ চেইন। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
ৰীতা কলিতা নামৰ এগৰাকী মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। এতিয়াও দুৰ্বৃত্তৰ কোনো ক্লু লাভ কৰা নাই দিছপুৰ আৰক্ষীয়ে। সন্তানক স্কুলত থ'বলৈ যাওতে সংঘটিত হয় এই ঘটনা।