New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
মহানগৰীৰ লাখটকীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
GMCৰ পলাতক মুখ্য অভিযন্তা তাজদিকুৰ ৰহমানৰ বাসগৃহত অভিযান।
GMCৰ ২০ কোটি টকীয়া বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত।
বহু সময় ধৰি দুৰ্নীতিগ্রস্ত বিষয়াগৰাকীৰ বাসগৃহত চলে এই অভিযান।
বৰ্তমান পৰ্যন্ত এই অভিযানক কি লাভ কৰে সেয়া জানিব পৰা হোৱা নাই।