২০ কোটি টকীয়া বোকা নিষ্কাশন কেলেংকাৰী! মহানগৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

মহানগৰীৰ লাখটকীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
২০ কোটি টকীয়া বোকা নিষ্কাশন কেলেংকাৰী! মহানগৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
  • মহানগৰীৰ লাখটকীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

  • GMCৰ পলাতক মুখ্য অভিযন্তা তাজদিকুৰ ৰহমানৰ বাসগৃহত অভিযান।

  • GMCৰ ২০ কোটি টকীয়া বোকা নিষ্কাশন কেলেংকাৰীৰ অন্যতম অভিযুক্ত।

  • বহু সময় ধৰি দুৰ্নীতিগ্রস্ত বিষয়াগৰাকীৰ বাসগৃহত চলে এই অভিযান।

  • বৰ্তমান পৰ্যন্ত এই অভিযানক কি লাভ কৰে সেয়া জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in