ভুৱা পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল ,গ্ৰেপ্তাৰ ছাদিক আলী ওৰফে ৰাহুল শৰ্মা

ভুৱা পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল ,গ্ৰেপ্তাৰ ছাদিক আলী ওৰফে ৰাহুল শৰ্মা

ডিজিটেল ডেস্কঃ মহানগৰীত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। হিন্দু যুৱতীক ব্লেকমেইল কৰি CIDৰ জালত এজন। বৃহস্পতিবাৰে চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ছাদিক আলী ওৰফে ৰাহুল শৰ্মাক।

ছাদিক আলীৰ ঘৰ কামৰূপৰ ছয়গাঁৱত। অভিযোগ অনুসৰি এগৰাকী যুৱতীক ভুৱা পৰিচয় দি সম্পৰ্ক স্থাপন কৰিছিল ছাদিকে। যুৱতীগৰাকীয়ে ছাদিকৰ প্রকৃত পৰিচয় জনাৰ পিছত ব্লেকমেইলিং আৰম্ভ কৰিছিল যুৱকজনে।

সামাজিক মাধ্যমত ফটো আপলোড কৰিও ভাবুকি দিছিল যুৱতীগৰাকীক। ইয়াৰ পিছতে যুৱতীগৰাকী কাষ চাপিছিল অসম আৰক্ষীৰ অপৰাধ শাখাৰ। অৱশেষত আজি গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্রেপ্তাৰ কৰে ছাদিকক। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

ভুৱা পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল ,গ্ৰেপ্তাৰ ছাদিক আলী ওৰফে ৰাহুল শৰ্মা
কোচিং চেন্টাৰলৈ গৈ সন্ধানহীন গুৰু নানক স্কুলৰ ছাত্র

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in