/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr.jpg)
CITY FIRING
পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু।
জি.এম.চি.এইছত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে।
পাঞ্জাৱাৰীৰ পূৰৱী ডায়েৰীৰ সন্মুখত সংঘটিত হৈছিল এই গুলিচালনাৰ ঘটনা।
ধনৰ মোনা কাঢ়ি নিছিল দুই দুৰ্বৃত্তই।
মহানগৰীত দিন-দুপৰতে হাতত পিষ্টল লৈ আহিছিল দুই দুৰ্বৃত্ত।
সোমবাৰে দিনৰ প্ৰায় ১২ বজাত সংঘটিত হৈছিল এই ঘটনা।
বাইকত আহিছিল দুই দুৰ্বৃত্ত।
পূৰৱী ডায়েৰীৰ বিতৰক আছিল মৃত ৰঞ্জিত বৰা।
ধনৰ মোনা কাঢ়ি নিবলৈ দুৰ্বৃত্তই মূৰত কৰিছিল গুলী।
বেংকত ধন জমা দিবলৈ আহিছিল ব্যক্তিগৰাকী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us