পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু...

পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু
CITY FIRING
CITY FIRING
  • পাঞ্জাৱাৰীত গুলীবিদ্ধ হোৱা ৰঞ্জিত বৰাৰ মৃত্যু।

  • জি.এম.চি.এইছত শেষ নিশ্বাস ত্যাগ কৰে লোকজনে।

  • পাঞ্জাৱাৰীৰ পূৰৱী ডায়েৰীৰ সন্মুখত সংঘটিত হৈছিল এই গুলিচালনাৰ ঘটনা।

  • ধনৰ মোনা কাঢ়ি নিছিল দুই দুৰ্বৃত্তই।

  • মহানগৰীত দিন-দুপৰতে হাতত পিষ্টল লৈ আহিছিল দুই দুৰ্বৃত্ত।

  • সোমবাৰে দিনৰ প্ৰায় ১২ বজাত সংঘটিত হৈছিল এই ঘটনা।

  • বাইকত আহিছিল দুই দুৰ্বৃত্ত।

  • পূৰৱী ডায়েৰীৰ বিতৰক আছিল মৃত ৰঞ্জিত বৰা।

  • ধনৰ মোনা কাঢ়ি নিবলৈ দুৰ্বৃত্তই মূৰত কৰিছিল গুলী।

  • বেংকত ধন জমা দিবলৈ আহিছিল ব্যক্তিগৰাকী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in