New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/38c86019-8895-401c-8364-1ca9da39fdcc/ytyy.jpg)
মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ।
চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
পলাবলৈ চেষ্টা কৰিছিল চোৰকেইটা।
এজন চোৰক বিৰুবাৰী আৰু আনজনক পানীখাইতীত এনকাউন্টাৰ।
মহবুলৰ ঘৰ দক্ষিণ শালমৰা আৰু অভিজিত ৰাভাৰ ঘৰ পল্টন বজাৰত।
আৰক্ষীৰ গুলীত আহত দুই চোৰ।
গুলীবিদ্ধ অভিজিৎ ৰাভা আৰু মহিবুল হক।
দুয়োকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।