New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e453ac5e-4ee2-487c-afbd-63ba5a597a14/download.jpg)
city accident
গুৱাহাটীৰ সাওকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন।
গুৰুতৰভাৱে আহত হৈছে তিনিগৰাকীকৈ লোক।
তিনিওগৰাকীকে চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।
নিচাসক্ত হৈ বাহন চলোৱাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা।
ফটাশীল আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালকক।