/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/3741e24b-38a8-4084-bebf-e53ee8b083e6/111.jpg)
-
৫৬ জন পৰীক্ষাৰ্থীক তলব চি আই ডিৰ ।
-
ভুৱা কম্পিউটাৰ প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰৰে লাভ কৰিছিল কনিষ্টবল পদৰ চাকৰি ।
-
কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষকৰ সৈতে ২১ জনক গ্ৰেপ্তাৰ ।
-
বুধবাৰেও ৭ জন পৰীক্ষাৰ্থীক তলব চি আই ডিৰ ।
-
একেটা শৈক্ষিক বৰ্ষতে দুটা পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ প্ৰমাণ পত্ৰৰে সৃষ্টি হৈছিল সন্দেহৰ ।