চি.আই.ডিৰ হাতত গ্ৰেপ্তাৰ ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা...

এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি কৰিছিল উৎপল বৰাই
utpal bora
utpal bora

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : চি.আই.ডিৰ হাতত গ্ৰেপ্তাৰ ধূলা থানাৰ পূৰ্বৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা। এগৰাকী বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ গাফিলতি কৰিছিল উৎপল বৰাই ।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত গঠন কৰা হৈছিল তদন্ত কমিটি । উক্ত ঘটনা সন্দৰ্ভত পূর্বে নিলম্বিত হৈছিল দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়সহ ৩ আৰক্ষী। নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা জামিন লৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in