চিৰাঙৰ কাজলগাঁৱত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ...

চিৰাঙৰ কাজলগাঁৱত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ...

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ, চিৰাংঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি চিৰাং জিলাৰ কাজলগাঁৱতো জিলা প্ৰশাসনৰ উদ্যোগত চিদলী-চিৰাং বিধানসভা সমষ্টি ভিত্তিত অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ কৰা হয় ।

Advertisment

কাজলগাঁৱৰ সাপ্তাহিক বজাৰ সভাগৃহত গুৱাহাটীৰ পৰা পোনপটিয়া সম্প্ৰচাৰ লোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ কৰা অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ ছাইখং বসুমতাৰী, জিলা আয়ুক্ত পি, ভাস্কৰ ৰেড্ডী সহ ইউপিপিএল, বিজেপি আৰু অগপ ৰ নেতৃবৰ্গৰ উপস্থিত থাকে । কাজলগাঁৱৰ আজিৰ এই অৰুণোদয় ৩.০ আচঁনিৰ শুভাৰম্ভ কাৰ্য্যসূচীত প্ৰায় সহস্ৰাধিক মহিলা হিতাধিকাৰী অংশগ্ৰহণ কৰে ।

Also Read: India Canada Crisis: ধন বলেৰে কানাডাৰ ৰাজনীতিত হস্তক্ষেপ কৰিছে ভাৰতে!

চিৰাং