কেইদিনমান পূৰ্বে প্ৰেমিকৰ লগত পলাই যোৱা নাবালিকাৰ ৰহস্যজনক মৃত্যু...

চিৰাঙৰ কাজলগাঁৱৰ ছাতিপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী নাবালিকাৰ ৰহস্যজনক মৃত্যুয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
কেইদিনমান পূৰ্বে প্ৰেমিকৰ লগত পলাই যোৱা নাবালিকাৰ ৰহস্যজনক মৃত্যু...

ডিজিটেল ডেস্ক: চিৰাঙৰ কাজলগাঁৱৰ ছাতিপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী নাবালিকাৰ ৰহস্যজনক মৃত্যুয়ে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি প্রেমা আৰ্য্য নামৰ এজন যুৱকে পলুৱাই আনিছিল নাবালিকা গৰাকীক। পলুৱাই আনি মোমায়েকৰ ঘৰত আবদ্ধ কৰি ৰাখিছিল প্রেমাই।

কিন্তু দেওবাৰে ৰহস্যজনকভাৱে নাবালিকা গৰাকীৰ মৃত্যু হোৱাত বহু প্ৰশ্নৰ উত্থাপন কৰিছে। সৰস্বতী পূজাৰ দিনাই নাবালিকা গৰাকীক পলুৱাই আনিছিল প্রেমাই। এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

আৰু পঢ়ক: একেদিনাই ১৩ টাকৈ পথ নৱীকৰণ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in