/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bb5e9423-c89d-40c4-a85e-3e4d9c285b82/download.jpg)
-
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ মৈৰাকুছী গাঁৱত শোকাবহ ঘটনা।
-
ধান মৰনামৰা গাড়ীত দুৰ্ঘটনাগ্ৰস্ত গৈ শিশুৰ মৃত্যু।
-
মৈৰাকুছী গাঁৱৰ শিশু গৰাকীৰ বয়স ৫ বছৰ বুলি জানিব পৰা গৈছে ।
-
নিহত শিশুটি কবিৰ হোছেনৰ পুত্ৰ তথা আইৰকাটা শিশু কল্যাণ জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ ।
-
ধান মৰনা মাৰি থকা অৱস্থাত ট্ৰাকটৰৰ চকাৰ তলত পৰি মৃত্যু হয় কণমানি ছাত্ৰ গৰাকীৰ।